সমললৈ যাওক

ধাতু

অসমীয়া ৱিকিপিডিয়াৰ পৰা
02:36, 10 June 2020-ত Kuldhar Rabha (আলোচনা | বৰঙণি) সদস্য‌ই কৰা সংশোধন (→‎গধুৰ ধাতু)
(সালসলনি) ← আগৰ সংশোধন | শেহতীয়া সংশোধন (সালসলনি) | নতুন সংশোধন → (সালসলনি)

ধাতু (ইংৰাজী: Metal) হৈছে খুব দ্ৰুত গতিত আয়ন সৃষ্টি কৰিব পৰা কিছুমান মৌলিক পদাৰ্থ। ধাতুৰ ৰাসায়নিক বন্ধনক ধাতব বন্ধন বোলে।

সংকৰ ধাতু

[সম্পাদনা কৰক]

সংকৰ ধাতু হ’ল দুই বা ততোধিক উপাদানৰ মিশ্ৰণ, যাৰ মূল উপাদান হ’ল ধাতু। বেছিভাগ বিশুদ্ধ ধাতু কোমল, ভংগুৰ বা ব্যৱহাৰিক কাৰ্যৰ বাবে ৰাসায়নিকভাৱে প্ৰতিক্ৰিয়াশীল। সংকৰ ধাতু গঠনৰ মুখ্য উদ্দেশ্য হ’ল ধাতুটিক কম ভঙ্গুৰ আৰু কঠিন আৰু ক্ষয় প্ৰতিৰোধক, বা আৰু ৰঙীণ বা উজ্জ্বল কৰি তোলা। বৰ্তমান ব্যৱহৃত সকলো সংকৰ ধাতুৰ ভিতৰত লোৰ সংকৰৰ (তীখা, নিস্কলংক তীখা, সংকৰ তীখা) পৰিমাণ আৰু বাণিজ্যিক মান উভয় দিশৰ পৰা বেছি।

মৌলিক ধাতু

[সম্পাদনা কৰক]

ৰসায়ন বিজ্ঞানত মৌলিক ধাতু বুলিলে সেইবোৰ ধাতুক বুজায় যিবোৰ সহজে জাৰিত বা ভাঙিব পৰা যায় আৰু হাইড্ৰোক্ল'ৰিক এচিডৰ সৈতে বিক্ৰিয়া ঘটি ধাতৱ ক্ল'ৰাইড আৰু হাইড্ৰ'জেন গঠন কৰিব পাৰে। উদাহৰণ স্বৰূপে - লো, নিকেল, তাম আৰু দস্তা আদি।

মূল্যবান ধাতু

[সম্পাদনা কৰক]

মূল্যবান ধাতু হ’ল বিৰল ধাতৱ ৰাসায়নিক উপাদান, যাৰ উচ্চ আৰ্থিক মূল্য আছে।[1]

গধুৰ ধাতু

[সম্পাদনা কৰক]

গধুৰ ধাতু হ’ল তুলনামূলকভাৱে গাঢ় ধাতু।[2]ধাতুৰ ইয়াতকৈও অধিক সুনিৰ্দিষ্ট সংজ্ঞাৰ প্ৰস্তাৱ কৰা হৈছিল, কিন্তু কোনোটোৱেই সৰ্বজনীনভাৱে গৃহীত হোৱা নাই।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]

বহিঃসংযোগ

[সম্পাদনা কৰক]